Assam govt:Age limit to apply for third and fourth grade Govt jobs relaxed to 40.



Assam govt:Age limit to apply for third and fourth grade Govt jobs relaxed to 40.






অসম চৰকাৰৰ কেবিনেটে আজি অসম চৰকাৰৰ চাকৰিৰ বয়সৰ সময় সীমা বঢ়াই দিলে। আজি অসম চৰকাৰৰ মন্ত্ৰী চন্দমোহন পাটোৱাৰী দেবে যোষণা কৰে।



পূৰ্বে বয়সৰ সময় সীমা আছিল ৩৮ বছৰলৈ, এতিয়া ২ বছৰ বঢ়াই দি ৪০ বছৰলৈ কৰি দিলে। OBC/MOBC Candidate এ ৪৩ বছৰলৈ আৰু SC/ST Candidate এ ৪৫ বছৰলৈ আবেদন কৰিব পাৰিব।



Watch video:-Click here


Leave a Comment