HSLC Result 2020-HSLC result 2020 Declared soon-SEBA

HSLC Result 2020

HSLC ৰ ৰিজাল্ট অতি সোনকালে দিয়াটো প্ৰায় নিশ্চিত হৈ পৰিছে।আজি সোমবাৰ ২৭ এপ্লিল তাৰিখে,SEBA ই জানিব দিয়ে যে HSLC ৰ উত্তৰ বহি বোৰ চোৱা ইতিমধ্যে শেষ হ’ল।


এই Lock Down ৰ সময়চোৱাতো SEBA ই সম্পূৰ্ণ কাম কৰি আছে।ইতিমধ্যে ৰাজ্যৰ সকলো জিলাৰ পৰা উত্তৰ বহি SEBA ৰ কাৰ্য্যলয়লৈ আনি আছে।

আজি ৰাজ্যৰ হাইলাকান্দী,তিনিচুকীয়া আদি মিলি তিনি খন জিলাৰ পৰা উত্তৰ বহি চিটি বাছ আৰু উইনগাৰ ত SEBAৰ কাৰ্য্যলয়লৈ আনিছে।

SEBA ই জানিব দিছে যে বহিচোৱা কাম শেষ হৈছে,আৰু কিছুমান Online কাম বাকী আছে। LOCK DOWN শেষ হলেই অতি সোনকালে ৰিজাল্ট ঘোষণা কৰা হব।

Leave a Comment