Government new Scheme 2020 during Lock down- ৫ হাজাৰ টকা দিব যদি Bank Accountআছে


Government new Scheme 2020 during 


ভাৰত চৰকাৰে নতুন নতুন আচনি লৈ আহিছে, এই Lock Down সময়চোৱাত আৰ্থীক সংকটৰ সময়তো ভাৰতৰ লোকক যিমান পাৰে সহায় কৰিব চেষ্টা কৰিছে,যাতে মানুহ বোৰ লঘোনে থাকিব লগা নহয় সেইবাবে বিভিন্ন ধৰণৰ আচনি লৈ আহিছে।

এনেতে ভাৰতীয় অ’ভাৰছীজ বেংকৰ ঋণ আচনি মুকলি কৰিছে।ইয়াৰ পৰা আত্ম সহায়ৰ গোটে ল’ব পাৰিব এক লাখলৈ ঋণ।

ভাৰতীয় অ’ভাৰছীজ বেংক (আই অ’ বি) -এ এক বিশেষ ঋণ আঁঁচনি আৰম্ভ কৰিছে।আত্ম সহায়ৰ গোটবোৰৰ বাবে এই আ্ঁচনি আৰম্ভ কৰিছে।আচনি খনৰ অধীনত আত্ম সহায়ৰ গোটবোৰে প্ৰয়োজনীয় নথি-প্ৰত্ৰ দাখিল কৰাৰ ৬ দিনৰ ভিতৰত ঋণ লাভ কৰিব।

একো একোটা আত্ম সহায়ৰ গোটক বছৰি ৯.৪ শতাংশ সুতৰ হাৰত সৰ্বাধিক ১ লাখ টকাৰ ঋণ দিব বেংক টোৱে।তদুপৰি আত্ম সহায়ৰ গোটৰ প্ৰতিজন সদস্য ই ৫ হাজাৰ টকালৈ ঋণ ল’ব পাৰিব। যিবোৰ গোটে আগতে লোৱা ঋণ সময়ত পৰিশোধ কৰি আছে, তেওঁ লোকক এই ঋণ দিয়া হ’ব।


Official Details:-Click here


Leave a Comment