Coronavirus:দুখীয়া আৰু শ্ৰমিক ৰ বাবে ১.৭০ লাখ কৌটি টকা সাহাৰ্য পেকেজ,ভাৰত চৰকাৰৰ ঘোষণা


কৰ’না প্ৰভাৱিত দুখীয়া- শ্ৰমিক ৰ কাৰনে ১.৭০ লাখ হাজাৰ কৌটি সাহাৰ্য পেকেজ ঘোষণা কৰিলে।কৰ’না ৰ কাৰণে ৫০ লাখ মেডিকেল বীমাৰ ঘোষণা।



বিত্ত মন্ত্ৰী য়ে কলে কোনো দুখীয়া মানুহ ভোকত মৰিব নালাগে। অহা ৩ মাহ প্ৰযন্ত সকলো দুখীয়াক খাদ্য যোগান ধৰিব।প্ৰধানমন্ত্ৰী দুখীয়া সাহাৰ্য পেকেজ ১.৭০ লাখ কৌটি টকা।



ইয়াৰ প্ৰথম কাম প্ৰধানমন্ত্ৰী দুখীয়া কল্যান আন আচনি,য’ত প্ৰায় ৮০ কৌটি মানুহক অহা ৩ মাহ প্ৰযন্ত প্ৰতি ব্যক্তি ৫ কে.জি. ঘেহু বা চাউল বিনামূলীয়া দিয়া হব।


সকলো পৰিয়ালক ১ কে.জি. দাইল দিয়া হব। খেতিয়ক সকলৰ কাৰণে চৰকাৰ P.M কিষাণ সন্মান নিধি আচনি ৰ আধাৰত খেতিয়ক সকলক ২০০০ টকা নিজৰ Account ত দিয়া হব।ইয়াৰ উপৰিও বৃদ্ধ পেন্সন অতিৰিক্ত ১০০০ টকা দিয়া হব।


Leave a Comment