বন্ধ নকৰে অসম চৰকাৰৰ নতুন নিযুক্তি-অতি কম দিনৰ ভিতৰত ১০০০ নতুন পদৰ বিজ্ঞপন মুকলি হব
বন্ধ নকৰে অসম চৰকাৰৰ নতুন নিযুক্তি-অতি কম দিনৰ ভিতৰত ১০০০ নতুন পদৰ বিজ্ঞপন মুকলি হব।অসমৰ প্ৰায় বোৰ News চেনেলত এইটো কৈ আছিল যে অসমত আৰু ৫ বছৰৰলৈ নতুন নিযুক্তি নিদিয়ে। কিন্তু আজি ১মে’ শ্ৰমিক দিৱসৰ দিনা অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাটোৰ সম্পূৰ্ণ বিপৰীতে কয় যে- ৰাজ্যত কোনো কাৰণতে নিযুক্তি বন্ধ নহয়। … Read more