বন্ধ নকৰে অসম চৰকাৰৰ নতুন নিযুক্তি-অতি কম দিনৰ ভিতৰত ১০০০ নতুন পদৰ বিজ্ঞপন মুকলি হব



বন্ধ নকৰে অসম চৰকাৰৰ নতুন নিযুক্তি-অতি কম দিনৰ ভিতৰত ১০০০ নতুন পদৰ বিজ্ঞপন মুকলি হব।অসমৰ প্ৰায় বোৰ News চেনেলত এইটো কৈ আছিল যে অসমত আৰু ৫ বছৰৰলৈ নতুন নিযুক্তি নিদিয়ে।



কিন্তু আজি ১মে’ শ্ৰমিক দিৱসৰ দিনা অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাটোৰ সম্পূৰ্ণ বিপৰীতে কয় যে- ৰাজ্যত কোনো কাৰণতে নিযুক্তি বন্ধ নহয়।

আজি ১মে’ শুক্ৰবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন Press Conference ত কয় যে যিখিনি কাম চলি আছে চলিয়ে থাকিব। মন্ত্ৰী ডাঙৰীয়াই কয় যে অহা কালি DHS 452 পদৰ Phase 2 ৰিজাল্ট ঘোষণা কৰিব।আৰু মন্ত্ৰী ডাঙৰীয়াই কয় যে কম দিনৰ ভিতৰত 1000 পদৰ নতুন নিযুক্তিৰ বাবে বিজ্ঞাপন মুকলি হব।
Press conference Video:-Click here



3 thoughts on “বন্ধ নকৰে অসম চৰকাৰৰ নতুন নিযুক্তি-অতি কম দিনৰ ভিতৰত ১০০০ নতুন পদৰ বিজ্ঞপন মুকলি হব”

  1. Mor familyt sarkari sakori kora kuno nai gotike muk jikuno eta sarkari sakori diyok.Moi etia bohut problemot asu. Mor Qualifications BA pass hoi, logote Driving license o ase. Please help me

    Reply

Leave a Comment