অহা কালি ১২ বজাৰ পিছত স্পষ্ট হব ছবি–হিমন্ত বিশ্ব শৰ্মা


অসমত ভয়ংকৰ ৰূপ লৈছে ক’ৰোনা ভাইৰাছে। এতিয়ালৈকে সৰ্বমুঠ ১৬ জন লোকৰ ধৰা পৰিছে ক’ৰোনা।আজি GMCH ত ৫০ খন বিচনাযুক্ত ICU মুকলি কৰে।



মন্ত্ৰী হিমন্ত বিশ্বই এখন সংবাদ মাধ্যমত কয় যে ‘নিজামুদ্দিনলৈ যোৱা অসমৰ ৪৮৮ গৰাকী ব্যক্তিৰ লগত ইতিমধ্যে সম্পৰ্ক স্থাপন কৰা হৈছে। আৰু ১৫ গৰাকী এতিয়াও সন্ধানহীন হৈ আছে।তেওঁ লোকক বিচাৰি উলিৱাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।


Leave a Comment